Assam TET MCQ Question and Answer| TET Previous Year MCQ Assam | Assam High School TET 2024 Online MCQ Practice | Assam TET MCQ with Solved Answers in Assamese.
ASSAM TET MCQ IN ASSAMESE
1.তলত দিয়া মিল সমূহ বাচি উলিওৱাঃ-
(a) ডাইশ্লেক্সিয়া (i) ভাষাগত জটিলতা
(b) ডাইচগ্ৰাফিয়া (ii) লিখন জটিলতা
(c) ডাইস্প্ৰেকিয়া (iv) সঞ্চালন জনিত জটিলতা
(d) দৃশ্য সম্বন্ধীয় বিসংগতি (v) তথ্য আহৰণৰ জটিলটা
শুদ্ধ বিকল্পটো বাচি উলিওৱা -
[A] (a)-(i), (b)-(ii), (c)-(iii), (d)-(iv)
[B] (a)-(ii), (b)-(iv), (c)-(i), (d)-(iii)
[C] (a)-(i) , (b)-(iv), (c)-(iii), (d)-(ii)
[D] (a)-(iii), (b)-(ii), (c)-(iv), (d)-(i)
Correct Answer: [A] (a)--(i) , (b)--(ii), (c)--(iii), (d)--(iv)
2.জিন পিয়াগেটৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ চাৰিটা স্তৰৰ কোনটো স্তৰত চিন্তা প্ৰক্ৰিয়া হয় ?
[A] সংবেদী সঞ্চালনৰ পৰ্য্যায় ।
[B] বিধিবৎ সক্ৰিয়াত্মক পৰ্য্যায়।
[C] মূৰ্ত সক্ৰিয়াত্মক পৰ্য্যায়।
[D] প্ৰাক-সংজ্ঞাত্মক পৰ্য্যায়
Correct Answer: [A] সংবেদী সঞ্চালনৰ পৰ্য্যায়
3.কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যত্ন সম্পৰ্কীয় ?
[A] পেডিও'লজি
[B] পেডিয়াট্ৰিকছ
[C] পেডিসাইন্স
[D] পেডিয়াট্ৰি
Correct Answer: [B] পেডিয়াট্ৰিকছ
4. বিনেট-ষ্টেনফ'ৰ্ডৰ পুনৰীক্ষণ স্কেলক (1937) কি বুলি জনা যায় ?
[A] টাৰ্মেন-বিনেট পৰীক্ষা
[B] ৱেছলাৰ-বিনেট পৰীক্ষা
[C] টাৰ্মেন-মেৰিল পৰীক্ষা
[D] বিনেট ছিমন পৰীক্ষা
Correct Answer: [A] টাৰ্মেন-বিনেট পৰীক্ষা
5. তলৰ কোনটোৱে শিক্ষণৰ মানদণ্ড সূচিত কৰাত সহায় কৰে-
[A] ছাত্ৰ-ছাত্ৰীৰ উত্থাপিত প্ৰশ্নসমূহৰ মানদণ্ড
[B] ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ
[C] শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীয়ে দিয়া উত্তৰৰ মানদণ্ড
[D] ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থকা শৃঙ্খলাবদ্ধতা
Correct Answer: [A] ছাত্ৰ-ছাত্ৰীৰ উত্থাপিত প্ৰশ্নসমূহৰ মানদণ্ড
6. শ্ৰেণীকোঠাত আচৰণগত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তলৰ কোনটো লক্ষ্য উপযোগী ?
(a) ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি ব্যক্তিভাৱাপন্ন গোহাৰি ।
(b) ছাত্ৰ-ছাত্ৰী সকলৰ স্বনিয়ন্ত্ৰণৰ উন্নতি সাধনক সহায় কৰা।
(c) ছাত্ৰ-ছাত্ৰী সকলক দোষ সমূহ বুজাত সহায় কৰা ।
(d) ছাত্ৰ-ছাত্ৰী সকলক নৈব্যক্তিক হোৱাত সহায় কৰা ।
শুদ্ধ ক্ৰমটো বাচি উলিওৱা-
[A] ওপৰৰ আটাইকোইটা।
[B] (a), (b) আৰু (c)।
[C] (b), (c) আৰু (d)।
[D] (a), (b) আৰু (d)
Correct Answer: [B] (a), (b) আৰু (c)।
7. নিম্নোক্ত কোনটো এজন প্ৰতিভাশালী শিশুৰ লক্ষ্য নহয় ?
[A] সময়তকৈ আগতীয়া বিকাশ
[B] তথ্যৰ সহজ ধাৰণ ক্ষমতা
[C] বিশ্বকোষ আৰু অভিধানৰ আগ্ৰহ
[D] সমনীয়াৰ লগত অসহজ সম্পৰ্ক
Correct Answer: [D] সমনীয়াৰ লগত অসহজ সম্পৰ্ক
8. "S-O-R" ৰ ধাৰণাত "O" ৰ আনুষংগিকতা হ'ল আগৰ আচৰণৰ নিয়মীয়াকৰণক দিয়া আৰু মনস্তাত্বিক কাৰ্যকলাপক গঢ়ি তোলা ।
[A] জটিল
[B] সক্ৰিয়
[C] স্থিৰ
[D] বিমোৰিত
Correct Answer: [B] সক্ৰিয় । The "S-O-R" concept refers to Stimulus-Organism-Response, a psychological framework emphasizing that the organism (O) plays an active and dynamic role in interpreting and responding to stimuli.
9. নিদানিক মনোবিজ্ঞানৰ দিশটো হৈছে-
[A] ব্যতিক্ৰমী মনোবিজ্ঞান
[B] শিক্ষা মনোবিজ্ঞান
[C] শিশু মনোবিজ্ঞান
[D] গবেষণামূলক মনোবিজ্ঞান
Correct Answer: [A] ব্যতিক্ৰমী মনোবিজ্ঞান ।
10.মানসিক প্ৰতিক্ৰিয়া আৰু ঘটনাৱলী গুৰুত্বহীন বা আনকি সমুলঞ্চে অস্তিত্বহীন বুলি কোনে কৈছিল ?
[A] জাং
[B] ওৱাটচন
[C] উণ্ডট
[D] হা'ল
Correct Answer: [B] ওৱাটচন
0 Comments