Ad Code

Responsive Advertisement

Assam High School TET 2024 : Free Mock Test in Assamese.

Assam High School TET Preparation 2024 | DSE Assam Graduate Teacher | Assam High School TET | TET Mock Test Assamese | Free TET Mock Test Assam|Online TET Mock Test Assam:

Preparing for the Assam High School TET 2024  can seem challenging , but with the right strategy, resources, and practice, you can excel. This guide provides Free MCQs in Assamese, Free mock test in Assamese , expert preparation tips, FAQs and previous years MCQs to help you ace the Assam TET Exam 2024.

Free MCQ  for Assam TET 2024 in Assamese:  

Practicing Assam TET MCQ in Assamese is one of the best ways to enhance your preparation. Here are a few resources and topics covered in these questions: 

*Child Development and Pedagogy 
*General Mathematics(10th Standard)  
*General English
*About Assam and its People 
*General Studies and Current Affairs.

You can access Free Assam High School TET MCQs in Assamese. These questions are designed to mimic the actual exam pattern and cover the latest syllabus and previous years questions.

ASSAM TET MCQ IN ASSAMESE

1. প্ৰাথমিক স্তৰত মাতৃভাষা শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ ?

[A] ই শিক্ষনক সহজবোধ্য কৰি তোলে
[B] ই ছাত্ৰ-ছাত্ৰীক বৌদ্ধিক বিকাশত সহায় কৰে
[C] শিক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে
[D] ছাত্ৰ-ছাত্ৰীৰ মাজত আত্ম বিশ্বাস বৃদ্ধিত সহায়ক হয়

Correct Answer:  [C] শিক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে।

2. তলৰ কোনজন ব্যক্তিয়ে সৃজনীশীলতাৰ পৰিমাপনৰ বাবে সৃজনীশীলতাৰ উপাদান সমূহৰ পৰিমাপনৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল ?

[A] মেক নেইল।
[B] টৰেন্স।
[C] থাৰ্ষ্টন।
[D] কেন্ট

Correct Answer: [B]  টৰেন্স।

3. মাচল'ৰ অভিৰোচনৰ তত্ত্বমতে, তলত দিয়াবোৰৰ "প্ৰয়োজন" সমূহৰ শুদ্ধ ক্ৰম কোনটো ?

[A] নিৰাপত্তাজনিত প্ৰয়োজন → মৰম আৰু স্নেহজনিত প্ৰয়োজন → জৈৱিকতাজনিত প্ৰয়োজন → সন্মানজনিত প্ৰয়োজন → আত্মবিকাশ জনিত প্ৰয়োজন
[B] জৈৱিকতাজনিত প্ৰয়োজন → নিৰাপত্তাজনিত প্ৰয়োজন → মৰম আৰু স্নেহজনিত প্ৰয়োজন → সন্মানজনিত প্ৰয়োজন → আত্মবিকাশ জনিত প্ৰয়োজন
[C] জৈৱিকতাজনিত প্ৰয়োজন → মৰম আৰু স্নেহজনিত প্ৰয়োজন → নিৰাপত্তাজনিত প্ৰয়োজন → আত্মবিকাশ জনিত প্ৰয়োজন → সন্মানজনিত প্ৰয়োজন
[D] মৰম আৰু স্নেহজনিত প্ৰয়োজন → নিৰাপত্তাজনিত প্ৰয়োজন → সন্মানজনিত প্ৰয়োজন → জৈৱিকতাজনিত প্ৰয়োজন → আত্মবিকাশ জনিত প্ৰয়োজন

Correct Answer: [B] জৈৱিকতাজনিত প্ৰয়োজন → নিৰাপত্তাজনিত প্ৰয়োজন → মৰম আৰু স্নেহজনিত প্ৰয়োজন → সন্মানজনিত প্ৰয়োজন → আত্মবিকাশ জনিত প্ৰয়োজন ।

4. শিক্ষণৰ কোনটো তত্ত্বই ছাত্ৰ-ছাত্ৰীক কেৱল নিৰব শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে ?

[A] উদ্দীপক প্ৰতিক্ৰিয়া তত্ত্ব
[B] অনুবন্ধনবাদ তত্ত্ব
[C] সামগ্ৰিকতাবাদ তত্ত্ব
[D] ৰচনাত্মকবাদ তত্ত্ব

Correct Answer: [D] ৰচনাত্মকবাদ তত্ত্ব

5. বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো বাচনি কৰা-

[A] সকলো শিক্ষাৰ্থীক একেলগে মূল্যায়ন
[B] সৰ্বাংগীন বিকাশৰ মূল্যায়ন
[C] সমগ্ৰ পাঠ্যক্ৰমৰ মূল্যায়ন
[D] সমগ্ৰ বৌদ্ধিক সক্ষমতাৰ মূল্যায়ন

Correct Answer: [B] সৰ্বাংগীন বিকাশৰ মূল্যায়ন

6. নিন্মোক্ত কোনটো ক্ৰেটছমাৰে ব্যক্তিত্বক, দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা কাৰক নহয়-

[A] মেদবহল ব্যক্তি যি সামাজিক হয় ।
[B] ক্ৰীড়াবিদ যি সুষম দেহৰ অধিকাৰী ও শক্তিশালী হয়
[C] ক্ষীণকায় ব্যক্তি যি অসামাজিক হয় ।
[D] অৰ্ন্তমুখী ব্যক্তি যি সাধাৰণতে লাজকুৰিয়া, মানুহৰ সম্পৰ্কৰ পৰা আতৰি অকলশৰে থাকি ভাল পায় ।

Correct Answer: [D] অৰ্ন্তমুখী ব্যক্তি যি সাধাৰণতে লাজকুৰিয়া, মানুহৰ সম্পৰ্কৰ পৰা আতৰি অকলশৰে থাকি ভাল পায় ।

7. নিন্মোক্ত কোনটো লিংগ বৈষম্যৰ ভিত্তিত সমাজ-গঠনক মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয়-

[A] ব্যক্তি
[B] পৰিয়াল
[C] সম্প্ৰদায়
[D] ৰাজ্য

Correct Answer: [A] ব্যক্তি

8. “এজন ব্যক্তিক কেৱল মনৰ শিক্ষা দি, নৈতিকতাৰ শিক্ষা নিদিয়াটো সমাজৰ বাবে এক ভাবুকি স্বৰূপ।” উক্তিষাৰ কাৰ ?

[A] এৰিষ্ট'টল
[B] বেনজামিন ফ্ৰেঙ্কলিন
[C] নেলচন মেণ্ডেলা
[D] দিওডোৰি ৰুসভেল্ট

Correct Answer: [D] দিওডোৰি ৰুসভেল্ট

9.এজন শিক্ষকে সমাযোজনহীনতা শিশুক কিয় সহায় কৰিব নোৱাৰে ?

[A] প্ৰয়জনীয়তাৰ ভাৱ জাগ্ৰত কৰিবলৈ সিহঁতক সৰু সৰু দলৰ দলপতি পাতিব লাগে
[B] আবেগৰ বশৱৰ্তী হলে শিশুক নিয়ন্ত্ৰণ কৰিব লাগে
[C] সিহঁতক অতি নম্ৰভাবে আচৰণ কৰিব লাগে
[D] শিশুৰ অন্যান্য কাৰ্যকলাপ সমূহৰ লগত জড়িত হব লাগে

Correct Answer: [B] আবেগৰ বশৱৰ্তী হলে শিশুক নিয়ন্ত্ৰণ কৰিব লাগে ।

10.জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো হৈছে?

[A] ধাৰণা
[B] অভ্যাস
[C] চেতনা
[D] উপলব্ধি

Correct Answer: [C] চেতনা

Preparation Tips for Assam High TET 2024

1. Understand the Syllabus: 
Begin by reviewing the complete Assam TET syllabus 2024. Focus on key sections like pedagogy and subject-specific topics.
Responsive Table of Contents

Syllabus 2024

Subjects Marks
Child Development and Pedagogy 50
General Mathematics (10th Standard) 15
General English 30
About Assam and its People 35
General Studies and Current Affairs 10
Total Marks 140

2. Make a Study Plan:  
Divide your preparation time into sections:
  • MCQ Practice: Daily 100 MCQs. 
  • Mock Tests : Weekly mock tests for time management. 
  •  Revision: Dedicate the last 15 days to revising important concepts.  

3. Solve Previous Papers : 
Practicing Assam TET solved papers will give you insights into frequently asked questions. 
5. Join Online Study Groups:  
Engage with aspirants on forums or platforms to exchange tips and materials.

Free Mock Tests for Assam TET 2024 In Assamese : 

  • Help you manage time effectively. 
  • Identify areas for improvement. 
  • Build confidence for the final exam. 
Take advantage of Free  Assam TET mock tests 2024 that replicate the real exam environment. These tests: 

FAQs on Assam High TET Preparation 2024:   

1. What is the syllabus for Assam High School TET 2024 ?

The syllabus includes Child Development and Pedagogy, General Mathematics (10th Standard), General English, About Assam and its People General Studies and Current Affairs .   

2. Are there free MCQs for Assam TET available in Assamese ? 

Yes, you can access Free TET MCQs in Assamese from www.mindyourstudy.com.

3. How can I improve my TET preparation in Assamese medium ? 

Focus on Assamese study resources, solve past papers, and practice TET MCQs in Assamese daily. 

4. Can I practice free Assam High School TET mock tests ? 

Absolutely! Many websites and educational apps provide free mock tests for Assam TET.

5. Why Choose This Preparation Guide ? 

By following this guide, you'll: 

  • Gain access to Free MCQs in Assamese for targeted practice. 
  • Learn expert TET preparation tips to plan your studies effectively. 
  • Test your knowledge with Free mock tests in Assamese and track your progress. 

*** Take the First Step Today! 

Start your  Assam High School TET 2024 preparation now with free resources and structured guidance. Remember, consistent practice and a clear strategy are key to success. Practice free Assam TET MCQs in Assamese and begin your journey toward becoming a certified high school teacher! 

For more updates, tips, and resources, stay tuned www.mindyourstudy.com!

Post a Comment

0 Comments